Download Now Banner

This browser does not support the video element.

মৰাণ: জনজাতিকৰণক লৈ মৰাণত ৰাজপথত টাইপাই উলিওৱা জোঁ‌ৰ সমদলত উত্তপ্ত পৰিস্থিতি,আৰক্ষীয়ে নিদিলে জোঁ‌ৰ জ্বলাবলৈ

Moran, Dibrugarh | Sep 12, 2025
জনজাতিকৰণক লৈ মৰাণত ৰাজপথত টাইপাই উলিওৱা জোঁ‌ৰ সমদলত উত্তপ্ত পৰিস্থিতিআৰক্ষীয়ে নিদিলে জোঁ‌ৰ জ্বলাবলৈ । মোবাইলৰ ফ্লাছ লাইট জ্বলাই সমদল কৰিলে শ শ প্ৰতিবাদকাৰীয়ে । প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা, টাই আহোম সকলক জনজাতিকৰণ, স্বায়ত্ব শাসনৰ মৰ্যাদা প্ৰদান আৰু আহোম লেণ্ডৰ দাবীৰে ওলাই আহিল শ শ প্ৰতিবাদকাৰী
Read More News
T & CPrivacy PolicyContact Us