Download Now Banner

This browser does not support the video element.

ধেমাজি: চিমেন চাপৰিত অনুষ্ঠিত হব লগীয়া মুখ্যমন্ত্ৰী বিশাল সভা বাতিল, সভাৰ স্থলী পৰিদৰ্শন জোনাই বিধায়কৰ

Dhemaji, Dhemaji | Sep 25, 2025
চিমেন চাপৰিত অনুষ্ঠিত হব লগীয়া মুখ্যমন্ত্ৰী বিশাল সভা বাতিল। চিমেন চাপৰিত অনুষ্ঠিত হব লগীয়া মুখ্যমন্ত্ৰী বিশাল সভা স্থলী পৰিদৰ্শন কৰে জোনাই বিধায়ক ভূৱন pegu য়ে । সভা স্থলী পৰিদৰ্শন কৰি প্ৰস্তুতি বুজ লোৱা লগতে অহা ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগীয়া মুখ্যমন্ত্ৰী সভা বাতিল কৰি ইয়াৰ পৰিৱৰ্তে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বিশা
Read More News
T & CPrivacy PolicyContact Us