This browser does not support the video element.
জলহ ভাগ: বাৰাপেটা মুছলিম বস্তিত বিপিএফত আনুষ্ঠানিক ভাৱে অৰ্ধশতাধিক লোকে যোগদান কৰে
Jalah Part, Baksa | Aug 26, 2025
বাৰাপেটা প্ৰাইমাৰী কমিটিৰ অন্তৰ্গত বাৰাপেটা মুছলিম বস্তিত বিপিএফৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত ইউপিপিএল আৰু কংগ্ৰেছ দলৰ পৰা অৰ্থশতাধিক লোকে বিপিএফ দলৰ নীতি আদৰ্শ প্ৰতি আকৰ্ষিত হৈ আজি যোগদান কৰে । আজিৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিপিএফৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ আৰু যুৱ বিপিএফৰ সম্পাদক শাজাহান আলী আহমেদ আৰু বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।