Download Now Banner

This browser does not support the video element.

সোণাৰি: বাগিচা সমূহৰ চিকিৎসকৰ নথি পত্ৰৰ তথ্য জিলা স্বাস্থ্য বিভাগে নিৰীক্ষণ কৰি‌ নিয়োজিত কৰিবলৈ সোণাৰিত দাবী জনালে আইছাই

Sonari, Charaideo | Sep 11, 2025
চৰাইদেউ জিলাত ভুৱা চিকিৎসকক লাকুৱা আৰক্ষীয়ে আটক কৰাৰ পাছতেই সমগ্ৰ জিলাখনতে এতিয়া শংকিত হৈ পৰিছে জনসাধাৰণ। বিশেষকৈ বাগিচা অঞ্চল সমূহত চিকিৎসাৰ বাবে সাধাৰণ শ্ৰমিকৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকা প্ৰকাশ কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থা চমুকৈ আইছা। দুদিন পূৰ্বে নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয় পৰা এজন ভুৱা চিকিৎসকক আটক কৰিছে আৰক্ষীয়ে।চৰাইদেউ লাকুৱা আৰক্ষীয়ে ভুৱা চিকিৎসকৰ অভিযোগত আটক কৰিছে অভিষেক সাহ নামৰ এজনক।‌অভিযোগ অনুসৰি চৰাইদেউ জিলাৰ অন্তৰ্গত নাহৰহাবি চাহ বাগ
Read More News
T & CPrivacy PolicyContact Us