This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিপিএফ ৰ প্ৰধান হাগ্ৰামা মহিলাৰীই আন চয়জন প্ৰাৰ্থিক লগতলৈ আয়ুক্ত কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল
Kokrajhar Part, Kokrajhar | Sep 2, 2025
বিপিএফ ৰ প্ৰধান হাগ্ৰামা মহিলাৰীই মঙলবাৰে দিনৰ ২ বজাত আন চয়জন প্ৰাৰ্থিক লগত লয় মনোনয়ন পত্ৰ দাখিল কৰে । কোকৰাঝাৰত সহ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত দাখিল কৰিলে মনোনয়ন পত্ৰ । শ শ সমৰ্কক লগত লয় শক্তি প্ৰদৰ্শন কৰি আজি বিপিএফ প্ৰাৰ্থী সকলে একেলগে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ সময়ত দেখা গল বহু বিপিএফ ৰ নেতা আৰু কৰ্মীক। এইবাৰ বিটিচি চৰকাৰ বিপিএফ দলে গঠন কৰা নিশ্চিত বুলি দাবী কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীই।