Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৰলপাৰাৰ সৰলভাঙা নদীৰ পাৰৰ আমগুৰি অচিনাক্ত মৃতদেহ উদ্ধাৰ

Kokrajhar Part, Kokrajhar | Sep 5, 2025
কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সৰলপাৰাৰ সৰলভাঙা নদীৰ পাৰৰ আমগুৰি নামৰ স্থানত শুকুৰবাৰে আবেলি এটা অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্বাৰ হয়। বিশমূৰি আৰক্ষী চকীৰ এক সূত্ৰই জানিব দিয়া অনুসৰি আনুমানিক প্ৰায় পছপন্ন বছৰ বয়সীয়া পাতল সেউজীয়া টি ছাৰ্ট আৰু নীলা ৰঙৰ হাফপেন্ট পৰিহিত প্ৰায় পাঁচ ফুট সাত ইঞ্চি উঞ্চতাৰ মৃতদেহটো স্থানীয় বাসিন্দাই প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে৷ তাৰ পিচতে মৃতদেহ উদ্বাৰ হোৱা স্থানলৈ গৈ বিশমূৰিৰ এটা আৰক্ষীৰ দলে মৃতদেহটো উদ্বাৰ কৰে
Read More News
T & CPrivacy PolicyContact Us