Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: গুৱাহাটীৰ পৰা নিখোজ হোৱা বাহন ঢেকীয়াজুলিত উদ্ধাৰ আৰক্ষীৰ

Dhekiajuli Part, Sonitpur | Sep 11, 2025
গুৱাহাটীৰ পৰা নিখোজ হোৱা বাহন ঢেকীয়াজুলিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু ঢেকীয়াজুলি আৰক্ষীৰ তত্‌পৰতাত বাহনখন উদ্ধাৰ হয় ৷
Read More News
T & CPrivacy PolicyContact Us