This browser does not support the video element.
ধেমাজি: গোগামুখত পশু চিকিৎসা বিভাগৰ অভিযান, অভিযানত পোহৰলৈ আহিছে বেমাৰ সংক্ৰমণ বৃদ্ধিৰ চাঞ্চল্যকৰ ৰহস্য
Dhemaji, Dhemaji | Aug 31, 2025
দেওবাৰে পশু চিকিৎসা বিভাগৰ এক অভিযানত পোহৰলৈ আহিছে বেমাৰ সংক্ৰমণ বৃদ্ধিৰ চাঞ্চল্যকৰ ৰহস্য।বহি:ৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰি আনি বজাৰত বিক্ৰী কৰি আহিছিল এইসকল বিক্ৰেতাই। ##আৰক্ষীৰ সহায়ত পশু চিকিৎসা বিভাগৰ অভিযান কালত গোগামুখ পাৰঘাটত কেইবাজনো মানুহৰ ঘৰত বহি:ৰাজ্যৰ গাহৰি দেখা পাই তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰ