Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ, কা' আৰু কা'ৰ অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে অসম জাতীয় পৰিষদৰ সদস্যই

Rangia Part, Kamrup | Sep 6, 2025
শনিবাৰে ৰঙিয়াত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ। “কা” আৰু “কা”ৰ অধিসূচনাৰ প্ৰতিলিপি দাহ ৰঙিয়াত। ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনৰ সন্মুখত জাতীয় পৰিষদৰ সদস্য সকলে “কা”ৰ প্ৰতিলিপি দাহ কৰে। হাতে হাতে বেনাৰ পোষ্টাৰ লৈ তীব্ৰ প্ৰতিবাদ অসম জাতীয় পৰিষদৰ ।
Read More News
T & CPrivacy PolicyContact Us