Download Now Banner

This browser does not support the video element.

মৰাণ: 'অসমত অশান্তিৰ সৃষ্টি কৰিব পাৰে আছাদ মাদানীৰ মন্তব্যই', মৰাণত কেবিনেট মন্ত্ৰী যোগেন মহনৰ মন্তব্য

Moran, Dibrugarh | Aug 24, 2025
জমিয়ত উলেমা ই হিন্দ -ৰ মুৰব্বী আছাদ মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ বিভিন্ন দল-সংগঠনেও সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে আজি  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আছাদ মাদানীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহনা দিছে ৷  মন্ত্ৰীজনে কয়   মাদানীৰ এনেধৰণৰ মন্তব্যই অসমত অশান্তিৰ সৃষ্টি কৰিব পাৰে
Read More News
T & CPrivacy PolicyContact Us