Install App
usr509065
This browser does not support the video element.
মৰাণ: SDRF ব্যৰ্থ হোৱা পাছত খোৱাঙৰ বুঢ়ীদিহিং নদীত সন্ধানহীন হোৱা যুৱকৰ বিচাৰি অভিযান চলালে NDRF ৰ এটা দলে
Moran, Dibrugarh | Aug 28, 2025
ৰে'ল দলঙৰ ওপৰত উঠি ভিডিঅ’ বনাবলৈ যোৱাটোৱেই কাল হ'ল ডিব্ৰুগড় জিলা খোৱাঙৰ এজন যুৱকৰ বাবে । খোৱাঙৰ বুঢ়ীদিহিং নদীৰ ওপৰত থকা ৰে'লৰ দলঙত বিদ্যুৎ প্ৰবাহিত হৈ নদীৰ বুকুত সন্ধানহীন হৈ পৰে যুৱকজন । যুৱক জনক উদ্ধাৰ বাবে SDRF ৰ ব্যৰ্থ হোৱা পাছত যুৱকৰ বিচাৰি অভিযান চলালে NDRF ৰ এটা দলে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!