Install App
binitjha
This browser does not support the video element.
বিশ্বনাথ: বৰঝাৰণী আৰু তিনিসুতী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত বিধায়ক দিগন্ত ঘাটোৱালৰ অংশগ্ৰহণ
Biswanath, Biswanath | Aug 21, 2025
বিহালী বিধানসভা সমষ্টিৰ বৰঝাৰণী আৰু তিনিসুতী গাঁও পঞ্চায়তৰ কাৰ্য্যালয়ত পঞ্চায়তৰ বিষয়া-কৰ্মচাৰী,পঞ্চায়তৰ সমূহ জন প্ৰতিনিধি আৰু বুথৰ কাৰ্য্যাকৰ্তা সকলক লৈ পঞ্চায়তত চলি থকা কাম-কাজৰ অগ্ৰগতিৰ ওপৰত গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা সভা অনুষ্ঠিত হয়। এই দুয়ো পৰ্যালোচনা সভাত বিহালী সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল উপস্থিত থাকি দিহা পৰামৰ্শ দিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!