This browser does not support the video element.
গোলাঘাট: গোলাঘাটত নাগৰিক মঞ্চৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস, প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি মঞ্চই প্ৰদান কৰা নাগৰিক মহীয়ান বঁটা
Golaghat, Golaghat | Aug 30, 2025
গোলাঘাটত নাগৰিক মঞ্চৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস। নাগৰিক মহীয়ান বঁটা প্ৰদান। গোলাঘাটৰ এমেচাৰ থিয়েটাৰ ছচাইটীৰ প্ৰেক্ষাগৃহত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটি বিয়লি প্ৰায় ৫.৩০ মান বজাত সামৰণি পৰে। মঞ্চৰ সভাপতি ৱাজিদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট নাগৰিক মঞ্চই প্ৰদান কৰা নাগৰিক মহীয়ান বঁটাটি প্ৰদান কৰা হয় বিশিষ্ট নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাক। সভাত বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈ।