Install App
ziaulali
This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: জাপিসজীয়াৰ সাধনী ভৱনত অসম ভীম সেনা, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদ্যাপন
North Lakhimpur, Lakhimpur | Sep 8, 2025
আজি সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী জন্ম জয়ন্তী।ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী জন্ম জয়ন্তী উদযাপন কৰাৰ সমান্তৰালভাৱে লখিমপুৰতো অসম ভীম সেনা, কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু লখিমপুৰ জিলা সমিতিৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদ্যাপন সমন্বয়ৰ ওপজা দিন আৰু কেন্দ্রীয় শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় লখিমপুৰৰ জাপিসজীয়াৰ সাধনী ভৱন প্ৰাংগণত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!