Download Now Banner

This browser does not support the video element.

ডিফু: কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা দুই শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ ; ৪ টা শিশু সহ এগৰাকী মাতৃক উদ্ধাৰ ,ডিফুত এছপিৰ সংবাদমেল

Diphu, East Karbi Anglong | Sep 5, 2025
কাৰবি আংলং জিলাতো মানৱ সৰবৰাহকৰী চক্ৰ সক্ৰিয় হৈ আছে ৷ আজি সন্ধিয়া প্ৰায় ৬ বজাত ডিফু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এক সংবাদ মেলত এই কথা স্পষ্ট কৰে কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷ কাৰবি আংলং আৰক্ষী  দিল্লীলৈ গৈ  শিশু সৰবৰাহকাৰীৰ কৱলৰ পৰা ৪ শিশু সহ এগৰাকী মাতৃক উদ্ধাৰ কৰিছে ৷ ১৭ আগষ্টত বকলীয়াঘাট থানাৰ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত কাৰবি আংলং জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি দলে দিল্লীৰ বিভিন্ন স্হানত অভিযান চলাই  বকলীয়াঘাটৰ মাত
Read More News
T & CPrivacy PolicyContact Us