Download Now Banner

This browser does not support the video element.

মৰাণ: খোৱাংচাৰিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা, পথৰ কাষত বাগৰি পৰিল বিলাসী বাহন

Moran, Dibrugarh | Sep 29, 2025
খোৱাঙৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল বিলাসী বাহন । লক্ষীমপুৰৰ পৰা গোলাঘাট অভিমুখী আছিল বাহনখন । দুৰ্ঘটনাটোৰ ফলত বাহনত থকা লোককেইজন কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে । দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS 07 Z 5670 । তীব্ৰ বেগত বাহনখন চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ।
Read More News
T & CPrivacy PolicyContact Us