This browser does not support the video element.
বিশ্বনাথ: কলাকাটিত গাঁৱত পুৱতি নিশা বজ্ৰপাতৰ পৰা কথমপি ৰক্ষা এটা পৰিয়াল, ভুক্তভোগীৰ প্ৰতিক্ৰিয়া
Biswanath, Biswanath | Aug 28, 2025
বিশ্বনাথ জিলাৰ আজি পুৱতি নিশাৰ ভাগত ধুমুহা বৰষুণৰ জোকাৰণি। এই ধুমুহা বৰষুণৰ জোকাৰণিৰ মাজতে প্ৰচণ্ড বিজুলী ঢেৰেকনিৰ ফলত বিশ্বনাথৰ দক্ষিণ অঞ্চলৰ কলাকাটিত গাঁৱৰ হুছেইন আলি নামৰ বাসগৃহ পৰিয়াল সহ শুই থকা সময়তে ঘৰৰ ভিতৰত বৈদ্যুতিক ছুইট্চ বৰ্ডত পৰে বজ্ৰপাত। এই ঘটনাৰ পিচতে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। যদিও কথমপি প্ৰাণ ৰক্ষা পৰে উক্ত পৰিয়ালটোৰ। ইতিমধ্যে এই সম্পৰ্কত ভুক্তভোগী পৰিয়ালে কি কলে শুনক