Download Now Banner

This browser does not support the video element.

মৰঙী: ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি মৰঙীত সংবাদমেল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

Morangi, Golaghat | Aug 28, 2025
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি মৰঙীত বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত সংবাদমেল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম,গোলাঘাট জিলা সমিতিৰ।জিলা সভাপতি গোলোক দাসে সংবাদমেল সম্বোধন কৰি কয় যে, ২০২২ চনৰ পৰা তথ্য নাই গোলাঘাট জিলাৰ ৮টা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয় সমূহত।তথ্য জনাৰ অধিকাৰ আইন ২০০৫ৰ অধীনত পোহৰলৈ আহিছে এই তথ্য।এইক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্ত দাবী সংগঠনটোৰ।
Read More News
T & CPrivacy PolicyContact Us