Install App
ziaulali
This browser does not support the video element.
বিহপুৰীয়া: বান্দৰদেৱাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জ্বলি ভস্মীভূত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানত,কেইবা লাখ টকাৰ ক্ষয়ক্ষতি হয়
Bihpuria, Lakhimpur | Sep 8, 2025
সোমবাৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ জুনুকা কম্পিউটাৰ প্ৰতিষ্ঠানত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৈদ্যুতিক শ্বটচাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডটোত ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ কেইবা লাখ টকাৰ সা সামগ্ৰী জ্বলি ভস্মীভূত হয় । ঘটনাস্থলীত অগ্নি নিৰ্বাপক গাড়ীয়ে জুই নিৰ্বাপিত কৰে যদিও কেইবা লাখ টকাৰ সা সামগ্ৰী জ্বলি ভস্মীভূত হয় বুলি জানিব পৰা গৈছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!