This browser does not support the video element.
নাজিৰা: আছাৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা আৰু গেলেকী আঞ্চলিক সমিতিৰ সহযোগত মেকিপুৰত প্ৰতিবাদী কাৰ্যসূচী
Nazira, Sivasagar | Aug 21, 2025
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ উদ্যোগত আৰু নাজিৰা আৰু গেলেকী আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে মেকিপুৰ চাৰি আলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।আদিবাসী সকলক Tgl/Ex TGL হিচাপে জাতিগত পত্ৰ প্ৰদান কৰা কাৰ্যৰ বিৰোধীতাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে।অতি শীঘ্ৰে শুদ্ধভাৱে জাতিগত প্ৰমাণ পত্ৰ প্ৰদান নকৰিলে সমগ্ৰ জিলাতে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।