Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজবাটত পাঁচনৈ চেৰফাং সমষ্টিৰ UPPLৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সংঘাটৰ সম্পৰ্কত দলীয় কৰ্মীৰ বক্তব্য

Udalguri, Udalguri | Aug 28, 2025
BTR নিৰ্বাচনৰ পূর্বে ৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিত টিকট কেন্দ্রিক সংঘাত | UPPL ৰ সম্ভ্যব্য প্রার্থী ৰাজু ঢাকালৰ বিৰুদ্ধে একাংশই সমষ্টিটোত চলাইছে অপপ্ৰচাৰ | ৰাজু ঢাকাল BTR ৰ নাগৰিক নহয় বুলি এটা চক্ৰই সমষ্টিটোত প্ৰচাৰ চলোৱাৰ অভিযোগ | অভিযোগ নস্যাৎ কৰি সংবাদমেল সম্বোধন সমষ্টিটোৰ UPPL নেতৃত্বৰ | পাচনৈ চেৰফাং ব্লক UPPL ৰ উপ সভাপতি উপেন্দ্র কলিতা, চন্তান কৰ্মকাৰ, সম্পাদক সুন্দৰ টিগ্গা, কৃষক কোষৰ মনোজ বৰুৱা, OBC বৰ্ডৰ সদস্য ধৰ্মেন্দ্ৰ নাথ, ব্লক কার্যালয় সম্পাদক
Read More News
T & CPrivacy PolicyContact Us