Install App
shivbhakti
This browser does not support the video element.
উত্তৰ গুৱাহাটী ভাগ: বাইহাটাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ সমাজৰ
North Guwahati Part, Kamrup | Sep 23, 2025
মঙলবাৰে বাইহাটা চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচী । শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। জুবিন গাৰ্গক ছিংগাপুৰলৈ শ্যামকানু মহন্তই সংগীত পৰিবেশন কৰিবলৈ সুস্থ শৰীৰে লৈ যোৱাৰ পিচত নিথৰ শৰীৰটো লৈ অহাৰ অভিযোগ প্ৰতিবাদী সকলৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!