Download Now Banner

This browser does not support the video element.

হাজো: ৰামদিয়াৰ শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ নাম সলনি কৰাক লৈ ৰামদিয়াত প্ৰতিক্ৰিয়া, জিলা আয়ুক্ত আৰু হাজো চক্ৰ বিষয়াক অভিযোগ

Hajo, Kamrup | Aug 27, 2025
ৰামদিয়াৰ শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ নাম সলনি কৰাক লৈ ৰামদিয়াত প্ৰতিক্ৰিয়া। জিলা আয়ুক্ত আৰু হাজো চক্ৰ বিষয়াক অভিযোগ দাখিল ৰাইজৰ। বুধবাৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ ৰাইজৰ। ৰামদিয়াৰ শ্ৰীশ্ৰী বংশীগোপাল সত্ৰৰ নাম সলনি কৰি শ্ৰীশ্ৰী বংশীগোপাল ঢাকুৰপাৰা সত্ৰ কৰাক লৈ জাঙুৰ খাই উঠিছে সত্ৰ খনৰ অন্তৰ্গত আঠটাকৈ চুবুৰীৰ ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us