Download Now Banner

This browser does not support the video element.

ধেমাজি: সদৰত ৱাকিং জ'নৰূপে গৌৰৱ পথৰ শুভ উদ্বোধন অনুষ্ঠান, উপস্থিত অসমৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু

Dhemaji, Dhemaji | Aug 23, 2025
সদৰত Walking Zone ৰূপে গৌৰৱ পথ শুভ উদ্বোধন অনুষ্ঠান , উপস্থিত অসমৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, । শনিবাৰে সন্ধিয়া 6 বজাত ধেমাজি জিলা সদৰত অৱস্থিত Walking Zone গৌৰৱ পথ শুভ উদ্বোধন অনুষ্ঠান আয়োজন কৰা হয়। আজি উক্ত অনুষ্ঠানত পথ টো শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে , লগতে দৈনিক উক্ত পথ টো খোজ কঢ়া ৰ বাবে ৰাইজৰ কাৰণে বন্ধ থাকিব বুলি জানিবলৈ দি
Read More News
T & CPrivacy PolicyContact Us