Download Now Banner

This browser does not support the video element.

নাহৰকটীয়া: ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে অসমৰ একমাত্ৰ শিক্ষক হিচাপে নিৰ্বাচিত হল নামচাং আদৰ্শ উ: মা: বিদ্যালয়ৰ শিক্ষক দেৱজিৎ ঘোষ

Naharkatiya, Dibrugarh | Aug 27, 2025
দেশৰ ৪৫ গৰাকী কৃতি শিক্ষকৰ ভিতৰত অসমৰ একমাত্ৰ শিক্ষক হিচাপে নিৰ্বাচিত হল নাহৰকটীয়াৰ নামচাং আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ ঘোষ।ডিব্ৰুগড়ৰ খলিহামাৰীৰ নিৱাসী দেৱজিৎ ঘোষক ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হোৱা খৱৰে এতিয়া উৎফুল্লিত কৰিছে তেওঁৰ পৰিয়ালবৰ্গৰ লগতে সহকৰ্মী সকলক
Read More News
T & CPrivacy PolicyContact Us