Download Now Banner

This browser does not support the video element.

জলহ ভাগ: আজি বৃহস্পতিবাৰে ৰাতি ৮ বজাত কলবাৰীত বিজেপিৰ জনসম্পৰ্ক অভিযান

Jalah Part, Baksa | Aug 21, 2025
আজি বৃহস্পতিবাৰে ৰাতি ৮ বজাত কলবাৰীত বিজেপিৰ জনসম্পৰ্ক অভিযান। আজি মথনগুৰী সমষ্টিৰ অন্তৰ্গত কলবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ মথনগুৰীৰ মণ্ডলৰ উদ্যোগত জন সম্পৰ্ক অভিযান অনুষ্ঠিত কৰে ।আজি বিজেপিৰ জনসম্পৰ্ক অভিযানত অংশগ্ৰহণ কৰে মথনগুৰী মণ্ডলৰ বিষয়ববীয়া সকলে।
Read More News
T & CPrivacy PolicyContact Us