Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: মানিব নোৱাৰা এক খবৰ, কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত সৰুপথাৰত দুখ প্ৰকাশ বিধায়ক বিশ্বজিৎ ফুকনৰ

Sarupathar, Golaghat | Sep 19, 2025
মানিব নোৱাৰা এক খবৰ। শুক্ৰবাৰে বিয়লি প্ৰায় ৪ বজাত কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুত সৰুপথাৰত দুখ প্ৰকাশ বিধায়ক বিশ্বজিৎ ফুকনৰ। বিধায়ক ফুকনে জুবিন গাৰ্গৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি কয় যে, ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গেই আছিল এনে এগৰাকী শিল্পী যিগৰাকীয়ে জনসাধাৰণৰ অন্তত এক গভীৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ মৃত্যু অসমৰ সংগীতজগতখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰাৰ লগতে অসমৰ সংগীত জগত মুকুটবিহীন সম্ৰাটৰ দৰে মহাশূণ্যত পৰিণত হোৱা বুলি উল্লেখ কৰে।
Read More News
T & CPrivacy PolicyContact Us