Download Now Banner

This browser does not support the video element.

পলাশবাৰী: উপৰহালীৰ চিলাৰায় ভৱনত 'মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি'ৰ এক অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া

Palasbari, Kamrup | Aug 30, 2025
শনিবাৰে উপৰহালীৰ চিলাৰায় ভৱনত 'মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি'ৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া। মুখ্যমন্ত্ৰীৰ আত্মনির্ভৰ অসম আঁচনি'ৰ সুবিধা লাভৰ বাবে পলাশবাৰী সমষ্টিৰ পৰা আৱেদন কৰা আঠ শতাধিক যুৱক-যুৱতীৰ সৈতে এক মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়া।
Read More News
T & CPrivacy PolicyContact Us