Download Now Banner

This browser does not support the video element.

গুৱাহাটী: হাতীগাঁৱৰ সিজুবাৰীত এটা পথক লৈ সংঘাত, এটা পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ, হাতীগাঁও থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

Guwahati, Kamrup Metropolitan | Sep 1, 2025
হাতীগাঁৱৰ সিজুবাৰীত এটা পথক লৈ সংঘাত। এটা পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ। সোমবাৰে ঘটনা সন্দর্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালটোৰ। আক্ৰমণ কৰে অমিত সিং আৰু চাজিদ হাজৰিকা নামৰ যুৱকে।
Read More News
T & CPrivacy PolicyContact Us