Download Now Banner

This browser does not support the video element.

নলবাৰী: চহৰস্থিত জিলা বিজেপিৰ কাৰ্যালয় জিলা কৰ্মশালা , উপস্থিত জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা

Nalbari, Nalbari | Sep 11, 2025
অহা ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশতেই ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে এই ১৫ দিনত ৰক্তদান শিবিৰ,গছপুলি ৰোপণ, স্বচ্ছতা অভিযান, আলোচনা চক্ৰকে আদিকে ধৰি কেইবাটাও কাৰ্য্যসূচী ৰূপায়ণ কৰা হ'ব।সেই উদ্দেশ্যে আজি জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন কৰ্মশালা।উক্ত কৰ্মশালাত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা ,সেৱা পষেকৰ জিলা আৰু মণ্ডল স্তৰৰ সমিতি,জিলা বিষয়ববীয়া সকল,মণ্ডল সভাপতি,সাধাৰণ সম্পাদক সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us