Download Now Banner

This browser does not support the video element.

ওদালগুৰি: গেলাবিলত গোৰ্খা বুদ্ধিজীবী,ৰাইজৰ সৈতে ইএম নিলোৎ স্বৰ্গীয়াৰীৰ মত বিনিময় অনুষ্ঠান

Udalguri, Udalguri | Sep 12, 2025
বিটি আৰ নিৰ্বাচন ।ৰৌতাৰ গেলাবিলত গোৰ্খা বুদ্ধিজীৱি , ও ৰাইজৰ সৈতে মত বিনিময় নিলুত স্বৰ্গীয়াৰীৰ । ,আজি দিনৰ ১২বজাত গেলাবিল অডিটৰিয়াম হ'লত গোৰ্খা সমাজৰ উদ্যোগত আয়োজন কৰা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী নিলুত স্বৰ্গীয়াৰীয়ে অংশ গ্ৰহন কৰে । আৰু বুদ্ধিজীৱি ও গোৰ্খা সমাজৰ মতবিনিময় কৰে । স্বৰ্গীয়াৰীয়ে গোৰ্খাসকলৰ সমস্যাৰ বুজ লৈ সকলো সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে ।
Read More News
T & CPrivacy PolicyContact Us