Install App
123456789000prasanta
This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ দৈনিক বজাৰত সংঘটিত হয় মাৰপিটৰ ঘটনা,ন্যায় বিছাৰি থানাত এজাহাৰ দাখিল,ঢেকীয়াজুলিত ভুক্তভোগীৰ ভাতৃৰ মন্তব্য
Dhekiajuli Part, Sonitpur | Aug 23, 2025
ঢেকীয়াজুলিৰ দৈনিক বজাৰত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ উক্ত মাৰপিটৰ ফলত আঘাতপ্ৰাপ্ত হ’য় ৰূপণ শ্বাহা নামৰ এগৰাকী ব্যৱসায়ী ৷ ইয়াকেলৈ থানাত এজাহাৰ দাখিল কৰাৰ লগতে ন্যায় বিচাৰি শনিবাৰে দিনৰ ২ বজাত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিল ভুক্তভোগী ৷ উল্লেখ্য দৈনিক বজাৰৰ অইন এগৰাকী ব্যৱসায়ীৰ নেতৃত্বত তিনিজনীয়া এটা দলে ৰূপণ শ্বাহা নাদৰ ব্যৱসায়ী গৰাকীক মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰা অভিযোগ ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!