This browser does not support the video element.
ধেমাজি: চিমেন চাপৰিত জিলা প্ৰশাসনৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলাৰ আয়ুক্ত
Dhemaji, Dhemaji | Sep 26, 2025
চিমেন চাপৰিত জিলা প্ৰশাসনৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত জিলাৰ আয়ুক্ত অহা ইং ৫ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত জোনাই বিধানসভা সমষ্টিৰ চিমেন চাপৰিত অনুষ্ঠিতব্য বিশাল জনসভাৰ অনুষ্ঠিত কৰিব বিচৰা সন্দৰ্ভত শুকুৰবাৰে দিনৰ দুই বজাত চিমেন চাপৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰত ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত প্ৰস্তুতি বৈঠক অনুষ্ঠিত কৰা হয়।