Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: জিলা কংগ্ৰেছৰ উদ্যোগত বৰগাংৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত কংগ্ৰেছৰ বি.এল.এ. সন্মিলন সম্পন্ন

Biswanath, Biswanath | Aug 26, 2025
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ নিৰ্দেশত যোৱা কালি লক্ষিপুৰত আজি বিশ্বনাথ জিলা কংগ্ৰেছৰ উদ্যোগত বিহালী বিধানসভা সমষ্টিৰ বৰগাংৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত BLA সন্মিলনত অনুষ্ঠিত কৰে। এই সন্মিলনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভুপেন বৰা, ৰিপুন বৰাৰ লগতে এপিচিচি অন্যান্য নেতৃ বৃন্দৰ সৈতে জিলা কংগ্ৰেছৰ সভাপতি, সম্পাদক বিভিন্ন ব্লকৰ সভাপতি সম্পাদক আদি অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us