Download Now Banner

This browser does not support the video element.

দেৰগাঁও: দুৰ্গাপূজা উপলক্ষ্যে দেৰগাঁও নগৰৰ যাতায়াতকলৈ পথ নিৰ্দেশনাৰ সন্দৰ্ভত দেৰগাঁৱত সংবাদমেল অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ

Dergaon, Golaghat | Sep 29, 2025
দুৰ্গাপূজা উপলক্ষ্যে দেৰগাঁও নগৰৰ যাতায়াতকলৈ পথ নিৰ্দেশনাৰ সন্দৰ্ভত সোমবাৰে বিয়লি প্ৰায় ৪ বজাত দেৰগাঁৱত সংবাদমেল অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসৰ। দুৰ্গাপূজাত দেৰগাঁও চহৰৰ কোন কোন পথেদি বাহন চলাব পাৰিব আপুনি। কোন কোন পথত হ'ব থাকিব No Entry। সকলোবোৰ সামৰি আজি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেলযোগে ৰাইজক অৱগত কৰে। ৰাইজে যাতে যাতায়াতৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা।
Read More News
T & CPrivacy PolicyContact Us