Install App
shivbhakti
This browser does not support the video element.
পলাশবাৰী: কংগ্ৰেছ দলৰ নেতৃত্বই প্ৰধানমন্ত্ৰীৰ প্ৰয়াত মাতৃক অপমান কৰাক লৈ বনগাঁওত প্ৰতিবাদ,অংশগ্ৰহণ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
Palasbari, Kamrup | Sep 1, 2025
কংগ্ৰেছ দল তথা INDI Allianceৰ নেতৃত্বই প্ৰধানমন্ত্ৰী মোডীৰ প্ৰয়াত মাতৃক অশালীন ভাষাৰে অপমান কৰাৰ বিৰোধিতাৰৰে সোমবাৰে বনগাঁওত প্ৰতিবাদ। ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত প্রতিবাদী কাৰ্যসূচী। প্রতিবাদত অংশগ্ৰহণ বিধায়ক হেমাংগ ঠাকুৰীয়া। শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণ প্ৰতিবাদী কাৰ্য্যসূচীত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!