Download Now Banner

This browser does not support the video element.

ডিফু: থেদঙত বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সৈতে পৰ্যালোচনা বৈঠক কাকৰ ইএম ৰিচাৰ্ড টকবীৰ

Diphu, East Karbi Anglong | Aug 25, 2025
সোমবাৰে দিনৰ প্ৰায় ২ মান বজাত দুৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত থেদং বুথ কেন্দ্ৰত  বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতা, কৰ্মকৰ্তা আৰু সমৰ্থকসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম ৰিচাৰ্ড টকবীয়ে দুৱাৰবাগৰি পৰিষদীয় সমষ্টি পৰিদৰ্শন কৰে ৷ ইএম গৰাকীয়ে    ৯ নং থেদং বুথ কমিটীৰ আৰু  ১০নং  ৰংবংহাট বুথ কমিটীৰ সভাপতি/সচিব আৰু কৰ্ম কৰ্তা সকলৰ সৈতে এটি  পৰ্যালোচনা সভাত মিলিত হয় ৷
Read More News
T & CPrivacy PolicyContact Us