Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাতত অসম ৰাজ্যিক কলিতা জনগোষ্ঠী সন্মিলনৰ ৮ ঘণ্টীয়া অনশন ধৰ্মঘট, জনজাতিকৰণৰ দাবী

Bokakhat, Golaghat | Sep 2, 2025
বোকাখাতত অসম ৰাজ্যিক কলিতা জনগোষ্ঠী সন্মিলনৰ ৮ ঘণ্টীয়া অনশন ধৰ্মঘট। এই দৃশ্য মঙ্গলবাৰৰ দিনৰ প্ৰায় ১১ বজাৰ। পুৱা ৯ বজাৰ পৰা জনজাতিকৰণৰ লগতে একাধিক দাবীত সন্মিলনৰ বোকাখাত সমজিলা সমিতিয়ে সাব্যস্ত কৰে এই কাৰ্যসূচী। এই প্ৰতিবাদী ধৰ্মঘট কাৰ্যসূচীত সন্মিলনৰ বিষয়ববীয়াৰ লগতে বোকাখাতৰ কলিতা জনগোষ্ঠীৰ ৰাইজেও অংশগ্ৰহণ কৰে। জনজাতিকৰণকে ধৰি স্বায়ত্ব শাসিত পৰিষদ গঠন, জনগোষ্ঠীটোৰ গৌৰৱী ৰজা-মহাৰজা,দা-ডাঙৰীয়াৰ নামত ৰাজ্য চৰকাৰে প্ৰকল্প স্থাপন কৰাৰ দাবী সন্মিলনৰ।
Read More News
T & CPrivacy PolicyContact Us