Download Now Banner

This browser does not support the video element.

নলবাৰী: মহখলিৰ লোমহৰ্ষক ডকাইতি আৰু বৰ্বৰ হত্যাকাণ্ডত লগত জড়িত এজনে কৰিলে আত্মসমৰ্পণ সদৰ থানাত

Nalbari, Nalbari | Sep 11, 2025
মহখলিৰ হত্যাকাণ্ড আৰু ডকাইতিৰ নতুন মোৰ।এই লোমহৰ্ষক ডকাইতি আৰু বৰ্বৰ হত্যাকাণ্ডত লগত জড়িত এজনে কৰিলে আত্মসমৰ্পণ ।নলবাৰী আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰূপম বেজবৰুৱা নামৰ এগৰাকী অভিযুক্তৰ।অভিয়ুক্ত ৰূপমৰ পৰা নগদ ধন, মোৱাইল ফোন আৰু ৰেলৰ টিকট জব্দ আৰক্ষীৰ।
Read More News
T & CPrivacy PolicyContact Us