Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ঐতিহাসিক জকাই শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া থানত অনুষ্ঠিত হ'ল বাৰ্ষিক সভা

Dibrugarh East, Dibrugarh | Sep 12, 2025
খোৱাং বিধানসভা সমষ্টিৰ বৃহত্তৰ জকাই অঞ্চলৰ বলাই এৰাসুঁতিৰ কাষত অৱস্থিত শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া থানত প্ৰতিবছৰে অনুষ্ঠিত হয় বাৰ্ষিক সভা। আজি অনুষ্ঠিত এই বাৰ্ষিক সভা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us