Install App
shivbhakti
This browser does not support the video element.
হাজো: বামুন্দীত গু:বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প শৰ্মাৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰক লৈ গৰজি উঠিল ছাত্ৰ সন্থা
Hajo, Kamrup | Sep 9, 2025
হাজোৰ বামুন্দীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প কুমাৰ শৰ্মাই ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া।মঙলবাৰে গৰজি উঠিছে কামৰূপৰ বামুন্দীৰ স্থানীয় ৰাইজ,বামুন্দী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল -সংগঠন। বামুন্দীৰ শ্ৰী মান চক্ৰৱৰ্তী নামৰ ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাক লৈ সমগ্ৰ বামুন্দীতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!