Download Now Banner

This browser does not support the video element.

নাজিৰা: গেলেকীৰ এক নং লাহন গাঁ‌ৱৰ সমীপৰ হাবিগাঁ‌ও নাহৰগুৰিত শিহৰণকাৰী ঘটনা,চোকা অস্ত্ৰৰ আক্ৰমণত সংকটজনক অৱস্থাত উদ্ধাৰ এজন লোক

Nazira, Sivasagar | Sep 8, 2025
গেলেকীৰ এক নং লাহন গাঁ‌ৱৰ সমীপত থকা হাবিগাঁ‌ও নাহৰগুৰিত দেওবাৰে নিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা।চোকা অস্ত্ৰেৰে আক্ৰমণ কৰা ভুগমণ শইকীয়া নামৰ লোক জনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us