Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ফকিৰাগ্ৰামত নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ আৰাম্ভ, হাজাৰ হাজাৰ জনতা পৰিবৰ্তনৰ শ্লোগানৰে অংশ
Kokrajhar Part, Kokrajhar | Sep 8, 2025
বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিটিচি অঞ্চলত নিৰ্বাচনী বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে । সকলোৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ । কি দলীয় প্ৰাৰ্থী কি নিৰ্দলীয় প্ৰাৰ্থী । দলীয় প্ৰাথীত্বৰ পৰা বঞ্চিত হোৱা দিলীপ কুমাৰ বৰ্মনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অবতীৰ্ন হৈ সোমবাৰে আবেলি ৩ বজাত প্ৰথম খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে । উক্ত সভাত ফকিৰাগ্ৰাম সমষ্টিৰ হেজাৰ হেজাৰ জনতাই উপস্থিত হৈ দিলীপ কুমাৰ বৰ্মনক উষ্ম আদৰনি জনায় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!