This browser does not support the video element.
ডিফু: হাওৰাঘাটত বিজেপিৰ মণ্ডল সপ্তাহ পষেক কাৰ্যূসূচীত উপস্থিত কাকৰ এমএচি কৃষ্ণ ভট্টৰায়
Diphu, East Karbi Anglong | Sep 12, 2025
শুকুৰবাৰে বিয়লি প্ৰায় তিনিমান বজাত হাওৰাঘাটত বিজেপিৰ মণ্ডল সমিতিৰ সপ্তাহ পষেক কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ উক্ত কাৰ্যসূচীত বিজেপিৰ তিনিশ কৰ্মকৰ্তা উপস্থিত থাকে সভাত বিজেপি দলক শক্তিশালী কৰাৰ লগতে সাংগঠনিক দিশ মজবুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এম কৃষ্ণ ভট্টৰায়ৰ লগতে কেইবা গৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷