This browser does not support the video element.
বিশ্বনাথ: গহপুৰৰ ঘাঁহিগাঁৱত ভয়ঙ্কৰ পথ দুৰ্ঘটনা, গুৰুত্বৰ ভাৱে আহত তিনিজন লোকক গহপুৰত চিকিৎসাৰ বাবে প্ৰেৰণ
Biswanath, Biswanath | Sep 2, 2025
গহপুৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।৷ ঘাঁহিগাওঁৰ পেট্ৰল পাম্পৰ সন্মুখত ডিভাইডাৰ পাৰ হওঁতেই সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ জানিব পৰা মতে তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী বাইকখনে এগৰাকী চাইকেল আৰোহীক প্ৰচণ্ড খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় দুজন বাইক আৰোহী আৰু চাইকেল আৰোহী। ঘটনা স্থলীত হেলেম আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়।