Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ডিব্ৰুগড়ৰ হাতীমূৰা সমন্বয় নগৰ নামঘৰত চুৰে চলালে চাফাই অভিযান, চোৰে লৈ গ'ল দানপাত্ৰত থকা ধন আৰু নামঘৰৰ আচবাব

Dibrugarh East, Dibrugarh | Sep 9, 2025
ডিব্ৰুগড়ৰ হাতীমূৰাত চুৰিকাৰ্য ঘটনাৰ। হাতীমূৰা অঞ্চলৰ সমন্বয় নগৰ নামঘৰত সংঘটিত হয় এই ঘটনাৰ। নিশাৰ গভাইত চোৰে  নামঘৰৰ চিলিং কাটি লৈ যায় দানপাত্ৰত থকা ধন আৰু নামঘৰৰ আচবাব।ঘটনাস্থলীত মিলন নগৰ আৰক্ষীৰ উপস্থিত হৈ ঘটনাৰ সৰ্ম্পকত তদন্ত অব্যাহত ৰাখিছে
Read More News
T & CPrivacy PolicyContact Us