Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মাজবাটত ৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিত UPPLপ্রার্থী ঘোষণাৰ বিদ্রোহ,প্রার্থীত্ব প্রত্যাশী ৰাজু ঢাকালক টিকট বঞ্চিত

Udalguri, Udalguri | Sep 1, 2025
৩৯ নং পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিত UPPL প্রার্থী ঘোষণাৰ পাছতেই আৰম্ভ হৈ গল বিদ্রোহ |* প্রার্থীত্ব প্রত্যাশী *ৰাজু ঢাকালক টিকট বঞ্চিত কৰাত UPPL কৰ্মীয়ে দাহ কৰিলে পতাকা, দলীয় পত্র | প্রায় ১২ হাজাৰ সমথৰ্কক লৈ নির্দলীয়ভাৱে সমষ্টিটোৰ পৰা নির্বাচন খেলিব UPPL ৰ কেন্দ্রীয় সমিতিৰ নেতা উপেক্ষিত প্রার্থী ৰাজু ঢাকালে |* UPPL সমর্থিক পোচাক ফালি জুইত দলিয়াই দিলে UPPL কর্মীয়ে | *আজি ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ প্ৰায় শ শ জ্যেষ্ঠ নেতৃত্বই হাতে হাতে পদত্যাগ পত্র লৈ UPPL বিৰোধ
Read More News
T & CPrivacy PolicyContact Us