Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ভঙামন্দিৰত অনুষ্ঠিত কৰা ৩১ তম্‌ কৰম উৎসৱ শুক্ৰবাৰে পুৱা ৪ বজাত সামৰণি পৰিল

Dhekiajuli Part, Sonitpur | Sep 12, 2025
ভঙামন্দিৰত অনুষ্ঠিত কৰা ৩১ তম্‌ কৰম উৎসৱ শুক্ৰবাৰে পুৱা ৪ বজাত সামৰণি পৰিল ৷ উল্লেখ্য যে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ ভঙামন্দিৰ উপ- শাখাৰ যৌথ উদ্যোগত লগতে ভঙামন্দিৰৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হঋছিল ৩১ তম কৰম উৎসৱ ৷ আজি এক উদুলিমুদুলি পৰিবেশৰ মাজেৰে সামৰণি পৰিল ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ ভঙামন্দিৰত অনুষ্ঠিত কৰম উৎসৱ ৷
Read More News
T & CPrivacy PolicyContact Us