Download Now Banner

This browser does not support the video element.

হাজো: হাজোৰ ভেলামাৰীত নৃশংস হত্যাকাণ্ড, সম্পত্তিৰ বাবেই নিজ ভায়েকক হত্যা ককায়েকৰ, সংবাদ মাধ্যমৰ আগত মাতৃৰ মন্তব্য

Hajo, Kamrup | Aug 26, 2025
হাজোৰ ভেলামাৰীত নিশা নৃশংস হত্যাকাণ্ড। সম্পত্তিৰ বাবেই নিজ ভায়েকক হত্যা ককায়েকৰ। মঙলবাৰে সংবাদ মাধ্যমৰ আগত হত্যাৰ কথা ক'লে মাতৃয়ে। মৃত লোকজনৰ নাম ৰূপম কলিতা।মাতৃক এটা কোঠাত বন্ধ কৰি চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে ভাতৃ ৰূপম কলিতাক। ইতিমধ্যে ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ হত্যাকাৰী মৃদুল কলিতাক আটক কৰে থানালৈ নিয়ে।
Read More News
T & CPrivacy PolicyContact Us