This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত ৰাজ্যৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত তৃতীয় স্থান দখল ঘাৰমৰা সৰু সত্ৰৰ বিৰাজ দত্তৰ
North Lakhimpur, Lakhimpur | Sep 6, 2025
লখিমপুৰ জিলাৰ ঘাৰমৰা সৰুসত্ৰৰ নিবাসী প্ৰয়াত শিক্ষক ও সমাজসেৱক বুধেশ্বৰ দত্তৰ পুত্ৰ সেনা জোৱান বিকাশ দত্তৰ একমাত্ৰ পুত্ৰ বিৰাজ দত্তই শেহতীয়া কৈ কলিকতাৰ বিল্লা মন্দিৰত ৩১ আগষ্টত মাছাল মেনীয়া সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয় সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতা।এই সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ ভিতৰত প্ৰথম আৰু ভাৰতৰ ভিতৰত তৃতীয় স্থান দখল কৰি ৰাজ্যৰ লগতে লখিমপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ২০ বছৰীয়া বিৰাজ দত্তই ।